26 C
Guwahati
Tuesday, October 4, 2022
More

    অৱশেষত নাগালেণ্ড আহি পালে কৰ’ণা, ৰাজ্যখনত প্ৰথমজন কৰ’ণা আক্ৰান্ত ৰোগী চিনাক্ত

    GMCHত পৰীক্ষাৰ পিছতে নাগালেণ্ডৰ লোকজনৰ শৰীৰত ধৰা পৰে কৰ'ণা

    অৱশেষত নাগালেণ্ড আহি পালে মহামাৰী কৰ’ণা ভাইৰাছ। নাগালেণ্ডত প্ৰথমজন কৰ’ণা ভাইৰাছ আক্ৰান্ত ৰোগী চিনাক্ত। দেওবাৰে লোকজনৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছ। ডিমাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছিল লোকজন।

    পিছত GMCHলৈ প্ৰেৰণ কৰা হয় আক্ৰান্ত লোকজনক। বৰ্তমানে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি থকা হৈছে।GMCHত পৰীক্ষাৰ পিছতে নাগালেণ্ডৰ লোকজনৰ শৰীৰত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি। অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰী কৰে এই কথা।

    Photo Credit: Khabar NDTV

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং