30 C
Guwahati
Wednesday, October 5, 2022
More

    BTADত সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বত গঠন ‘গণ সুৰক্ষা দল’

    বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ৩৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব নৱ শৰণীয়াৰ নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে

    বিটিএডিত গঠন হ’ল ‘গণ সুৰক্ষা দল’ নামৰ এটা ৰাজনৈতিক দল। সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বত গঠন দলটো। পাঠশালাত অনুষ্ঠিত সভাত এই দলটোৰ নাম ঘোষণা কৰে। নৱ শৰণীয়া সংগঠনটোৰ সভাপতি আৰু সম্পাদক আব্দুল বাটচাহ সম্পাদক হিচাপে লৈ দহজনীয়া কেন্দ্ৰীয় কমিটী গঠন দলটোৰ।

    বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ৩৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব নৱ শৰণীয়াৰ নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং