25.4 C
Guwahati
Thursday, October 14, 2021
More

    Breaking: ভাৰতত অবৈধ প্ৰৱেশ;শিলচৰত আটক ম্যানমাৰৰ নাগৰিক

    লোকজনৰ পৰা মণিপুৰৰ ভূয়োৰ ড্ৰাইভিং লাইছেঞ্চ জব্দ কৰিছে আৰক্ষীয়ে

    শিলচৰত আটক ম্যানমাৰৰ নাগৰিক৷ চহৰৰ ৰাঙ্গীৰখাড়ীৰ মিজোৰাম হাউছৰ পৰা ব্যাক্তিজনক আটক কৰা হৈছে৷ ধৃত ম্যানমাৰৰ নাগৰিকজনৰ নাম তানকন লাল। ঘৰ ম্যানমাৰৰ তেডিম জিলাৰ তুৱং গাঁৱত৷

    অবৈধভাৱে ভাৰতত প্ৰৱেশৰ অপৰাধত ব্যক্তিজনক আটক কৰিছে শিলচৰৰ আৰক্ষীয়ে৷ লোকজনৰ হাতত মণিপুৰৰ ভূয়োৰ ড্ৰাইভিং লাইছেঞ্চ পোৱা গৈছে ৷ আৰক্ষীয়ে ম্যানমাৰৰ নাগৰিকজনৰ জেৰা অব্যাহত ৰাখিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং