33 C
Guwahati
Wednesday, September 28, 2022
More

    আজিৰে পৰা ৰাজ্যত বলবৎ নতুন যান-বাহন আইন

    ৰাজ্যপালে জাৰি কৰিলে এই নিৰ্দেশনা

    আজিৰে পৰা ৰাজ্যত বলবৎ নতুন যান-বাহন আইন। ৰাজ্যপালে জাৰি কৰিলে এই নিৰ্দেশনা। অনুজ্ঞাপত্ৰ নাথাকিলে ৫ হাজাৰ টকাৰ জৰিমনা। মোবাইলত কথা পাতি বাহন চলালে ১০ হাজাৰ টকাৰ জৰিমনা। ছীট ৱ্লেট নলগালে ১০০০ টকাৰ জৰিমনা।

    পূৰ্বতকৈ ৫ গুণ বৃদ্ধি পাব এই জৰিমনা। চলিত বছৰৰ আগষ্ট মাহত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দ্বাৰা অনুমোদিত Motor Vehicle actৰ উদ্দেশ্য হ’ল পথ দুৰ্ঘটনা হ্ৰাস কৰা আৰু দেশৰ পথ সুৰক্ষা ৰেকৰ্ড উন্নীতকৰণ কৰা।

    যান-বাহন পৰিবহণ আইন উলংঘনকাৰীসকলৰ জৰিমনাৰ তালিকা চাওক:

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং