22 C
Guwahati
Tuesday, October 26, 2021
More

    ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ পদ আগবঢ়োৱাৰ কথা ঘোষণা সদনত

    অসম বিধানসভাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাজেট পাঠ অব্যাহত

    অসম বিধানসভাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাজেট পাঠ অব্যাহত। বাজেট পাঠ কৰি সদনত হিমন্ত বিশ্ব শৰ্মাই ক’লে যে ক্ৰীড়াৰ প্ৰতি লোকসকলক অধিক আকৰ্ষিত কৰিবলৈ যিসকল খেলুৱৈয়ে অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰিছে তেওঁলোকক ৰাজ্য চৰকাৰৰ প্ৰথম শ্ৰেণীৰ বিষয়া হিচাপে নিযুক্তি দিয়া হ’ব।

    ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক এই নীতিৰ প্ৰথমজন হিতাধিকাৰী হিচাপে চিহ্নিত কৰিছে। হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ পদ আগবঢ়োৱাৰ কথা ঘোষণা কৰে সদনত। আজি দুপৰীয়া ২ বজাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে ২০২০-২১ বৰ্ষৰ পূৰ্ণাংগ বাজেট।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং