23.4 C
Guwahati
Wednesday, October 20, 2021
More

    অগপ কাৰ্যালয়ত নিজৰ মাজতে হতাহতি অগপ কৰ্মীৰ

    অগপৰ সভাপতি অতুল বৰাক লৈ দুটা ভাগত বিভক্ত হয় অগপ কৰ্মী

    মৰিগাঁও অগপ কাৰ্যালয়ত অঘটন । CABক লৈ কৰা প্ৰতিবাদৰ মাজতেই হতাহতি মৰিগাঁও অগপ কৰ্মীৰ ।

    মন্ত্ৰী অতুল বৰা গ’ বেক, অতুল বৰা হায় হায় আদি ধ্বনি দিয়াক লৈ দুটা ভাগত বিভক্ত হৈ অগপ কাৰ্যালয় উত্তপ্ত কৰি তুলে অগপ কৰ্মীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং