25.9 C
Guwahati
Tuesday, August 9, 2022
More

    BREAKING: মহানগৰীৰ নাৰেংগীত দিন দুপৰতে লুট দুৰ্বৃত্তৰ

    নাৰেংগীস্থিত UCO বেংকৰ পৰা দুজন দুৰ্বৃত্তই গ্ৰাহকৰ পৰা ২০ হাজাৰ টকা লুটি লৈ যায়।

    মহানগৰীৰ নাৰেংগীস্থিত পতঞ্জলি আৰোগ্য কেন্দ্ৰ নামৰ এখন প্ৰতিষ্ঠানৰ কৰ্মচাৰী চন্দন ৰাজবংশীক দুৰ্বৃত্তৰ লুটপাত। ২০ হাজাৰ টকা UCO বেংকত জমা দিবলৈ যোৱাৰ পথতে দুই দুৰ্বৃত্তই কৌশলেৰে কৰ্মচাৰীজনৰপৰা ২০ হাজাৰ টকা কাঢ়ি লৈ যায়।

    আনহাতে ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে বেংক কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতে বেংক কৰ্তৃপক্ষই CCTVৰ ফুটেজৰ ভিত্তিত তদন্ত আৰম্ভ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং