26 C
Guwahati
Thursday, September 23, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    ছচিয়েল মিডিয়াত অপপ্ৰচাৰৰ পিছত জম্মু-কাশ্মীৰত পুনৰ বন্ধ মোবাইল ইণ্টাৰনেট সেৱা

    বিপৰীতে জম্মু-কাশ্মীৰৰ ১৭ টেলিফোন একচেঞ্চত লেণ্ডলাইন সেৱা আৰম্ভ কৰি দিয়া হৈছে।

    জম্মু-কাশ্মীৰৰ অনুচ্ছেদ ৩৭০ আঁতৰৱোৰ পিছত বিয়পি পৰা অপপ্ৰচাৰৰ বাবে দেওবাৰে পুনৰ ৫খন জিলাত 2G  মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। শনিবাৰে পুৱা পুনৰ আৰম্ভ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা।

    বিষয়াসকলে জনোৱা অনুসৰি অপপ্ৰচাৰ ৰোধ কৰিবলৈ আৰু শান্তি বজাই ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

    স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি ইণ্টাৰনেট বিভাগৰ বিষয়াই সকলোধৰণৰ কোম্পানীকে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰে।

    বিগত দুসপ্তাহ ধৰি শনিবাৰে পুৱা জম্মু, ছাম্বা, কঠুৱা, উধমপুৰ আৰু ৰিয়াছী জিলাত 2G মোবাইল ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰি দিয়া হৈছিল। অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ এদিন পূৰ্বে ৪ আগষ্টত জম্মুত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল।

    এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ৰাজ্যখনত সান্ধ্যআইন জাৰি কৰা হৈছিল। জম্মুৰ ৫খন জিলাত 2G মোবাইল ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰি দিয়াৰ পিছতে জম্মু আৰক্ষীৰ বিষয়া মুকেশ সিঙে সতৰ্ক কৰি দিছিল যে ছচিয়েল মিডিয়াত ভুৱা বাতৰি বা ভিডিঅ’ প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    আজি বিশ্বকৰ্মা পূজা, সমগ্ৰ ৰাজ্যতে পূজাৰ ব্যস্ততা

    বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে

    ডফলীৱালেৰ চিৰ বিদায়, ‘ম্যে মৰ কৰ ভি না মৰ ছকা, ঔৰ না হি জী-কৰ জী ছকতা হুঁ’

    প্ৰেম কৰাই যেন জীৱন, ৰীল লাইফ আৰু ৰীয়েল লাইফ দুয়োটাতে সফলতাৰে মোহৰ মাৰিছে প্ৰেমৰ

    সত্যৰঞ্জন বৰাৰ ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ শীৰ্ষক গ্ৰন্থ বন্ধ কৰাৰ দাবী অৰুণাচলত

    কেব গৃহীত হ'লে অসমৰ লগতে অৰুণাচল প্ৰদেশতো ব্যাপক প্ৰভাৱ পৰিব। কোনো অবৈধ নাগৰিকৰ বোজা গ্ৰহণ নকৰে অৰুণাচলে। চাংমা আৰু হাজংসকলক লৈয়েই সমস্যাত অৰুণাচল

    দুটা ভাগত বিভক্ত হ’ল KMSS; এফালে KMSS আনফালে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীল

    অখিল গগৈয়ে দিনত আন্দোলন, ৰাতি মাহেকীয়া ছিণ্ডিকেট চলায় বুলিও উল্লেখ কৰে প্ৰগতিশীলৰ নেতা সকলে

    বিজেপি মিত্র জোট সরকার দুর্নীতিমুক্ত প্রশাসন উপহার দিয়েছে, দাবি সর্বার

    রাজ্য সরকারের দৃষ্টান্তমূলক পদক্ষেপ সমূহের ফলে অসমে কোনও ধরনের গোষ্ঠীগত সংঘর্ষ সংঘটিত হয়নি।

    স্বামীজির আর্দশে দেশ গঠনে যুব সমাজকে এগিয়ে আসার আহ্বান সুস্মিতার

    স্বামী বিবেকানন্দের ১৫৯ তম জন্ম বার্ষিকী জাতীয় যুব দিবস হিসেবে পালন করেছে শিলচর বিধানসভা যুব কংগ্রেস কমিটি।

    দেশীয় এবং স্থানীয় জিনিস ব্যবহারে গুরুত্ব স্বদেশী জাগরণ মঞ্চের

    স্বদেশী জাগরণ মঞ্চের কাছাড় জেলা সমিতি গঠন করা হয়েছে।