12.5 C
Guwahati
Saturday, January 29, 2022
More

    ঋতুপৰ্ণ পেগুক ছাগলী, মুৰ্গী কটাদি কাটিলে বাংলাদেশী মুছলমানে; এই মানুহবোৰক বলি দিব লাগেঃ শিলাদিত্য দেৱ

    এই মানুহবোৰক বলি দিব লাগে। নহ'লে ৰাইজৰ মাজত গতাই দিব লাগে। ঋতুপৰ্ণ পেগুৰ হত্যা সন্দৰ্ভত বিস্ফোৰক মন্তব্য দেৱৰ

    দিন দুপৰতে হত্যা কৰা হ’ল এজন লোকক কিন্তু এজন লোক নাহিল তেওঁক বচাবলৈ। ঋতুপৰ্ণ পেগুৰ হত্যা সন্দৰ্ভত এই মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ।

    এই সময়ত অসমৰ দল কত গ’ল বুলিও প্ৰশ্ন উত্থাপন বিধায়কগৰাকীৰ।

    বাংলাদেশী মুছলমানক লৈ অসমত এতিয়াও বহুতে ৰাজনীতি কৰি আছে। NRC জালি কাগজত নাম আহিলে অসমীয়া হ’ব নোৱাৰে।

    অসমীয়াই বাংলাদেশী মুছলমানৰ বন্ধু হ’বলৈ নাযাব। এই মন্তব্য শিলাদিত্য দেৱৰ। ৰে’লেৰে বাহিৰৰ পৰা আহি থকা মানুহবোৰৰ ১০০জনৰ ভিতৰত ৯০ জনেই বাংলাদেশী।

    অসমত এতিয়া কাশ্মীৰ সদৃশ পৰিবেশৰ হৈছে বুলিও মন্তব্য কৰে বিধায়গৰাকীয়ে। হীৰেন গোহাঁই আৰু মনজিৎ মহন্তক কটাক্ষ শিলাদিত্য দেৱৰ।

    কোৱাৰেণ্টাইন কেন্দ্ৰত থকা যিসকলে উদ্ভণ্ডালি কৰিছে তাৰে প্ৰায় সংখ্যাক মুছলমান লোক।

    কোৱাৰেণ্টাইনৰ পৰা অহা পিছত এইসকলক জে’লত পঠিয়াই দিব লাগে। এই বিস্ফোৰক মন্তব্য বিধায়ক শিলাদিত্যৰ।

    এই মানুহবোৰক বলি দিব লাগে। নহ’লে ৰাইজৰ মাজত গতাই দিব লাগে। ঋতুপৰ্ণ পেগুৰ হত্যা সন্দৰ্ভত বিস্ফোৰক মন্তব্য দেৱৰ।

    ভটাচার্য, মহন্ত, গোহাঁই আৰু গগৈৰ নিচিনা মানুহ বদনৰূপী মানুহ। এওঁলোকক সমাজৰ পৰা আঁতৰাই ৰাখিব লাগিব, তেতিয়াহে অসম ৰক্ষা পৰিব।

    ঋতুপৰ্ণ পেগুক ছাগলী, মুৰ্গী কটাদি কাটিলে বাংলাদেশী মুছলমানে। বাংলাদেশী মুছলমানৰ বিৰুদ্ধে অসমবাসীক সজাগ হোৱাৰ আহ্বান শিলাদিত্য দেৱৰ।

    বহিঃৰাজ্যৰ পৰা বাংলাদেশী মুছলমানে এতিয়া হত্যা, চুৰি আৰু ডকাইতি কৰিব ধৰিছে। এই অভিযোগ বিধায়কগৰাকীৰ।

    উল্লেখ্য যে শুকুৰবাৰে নুনমাটি হাইস্কুলৰ সন্মুখত থকা আৰমাণ হোম ফাৰ্নিছিং নামৰ দোকানখনৰ সন্মুখতে সংঘটিত হৈছিল এই নৃশংস ঘটনা।

    কাজিয়াৰ সূত্ৰপাত হৈ এই ঘটনা সংঘটিত হৈছিল। ৰাজপথতে ঢলি পৰিছিল ঋতুপৰ্ণ পেগু।

    ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে দোকানখনৰ মালিক আৰমাণ আলী আৰু কৰ্মচাৰী হুছেইন আলীক শুকুৰবাৰেই আটক কৰিছিল নুনমাটি আৰক্ষীয়ে। https://as.time8.in/arrested-5-people-connection-with-the-murder-of-noonmati-rituparna-pegu/

    আজি ঋতুপৰ্ণ পেগুৰ ভয়ংকৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৫জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৫জনৰ সৈতে গ্ৰেপ্তাৰ হৈছে মুল অভিযুক্ত হুছেইন আলী।

    লগতে গ্ৰেপ্তাৰ হোৱা অন্য কেইজন হৈছে দুলাল আলী, ইব্ৰাহিম আলী, মনোৱাৰা খাতুন আৰু আৰমান আলী।

    ইফালে ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা(CID)ক অৰ্পণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং