28 C
Guwahati
Thursday, October 28, 2021
More

    বাজেট ভাষণ লিক হোৱাৰ দৰে অসমৰ টকা বাহিৰলৈ ওলাই নগলেই হ’লঃ ৰূপজ্যোতি কুৰ্মী

    দাখিলৰ পূৰ্বে কেনেকৈ আগতীয়াকৈ আপলোড হ'ল বাজেট ভাষণ। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে

    ‘আমি বহু আশাৰে মন্ত্ৰীৰ বাজেট ভাষণ শুনিবলৈ আহিছিলো। কিন্তু এতিয়া এনে লাগিছে আমি কি বিধানসভালৈ ঘোড়াৰ ঘাঁহ কাটিবলৈ আহিছো নে মাৰ্বল গুটি খেলিবলৈ আহিছো নেকি?’- এই বুলি প্ৰশ্ন উত্থাপন কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

    মোৰ ঘামেই ওলাই গৈছে। এতিয়া বাজেট লিক হোৱাৰ দৰে অসমৰ পইচা অসমৰ বাহিৰলৈ ওলাই নগলেই হ’ল। প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক কুৰ্মীৰ।

    বাজেট দাখিলৰ পূৰ্বে ফাদিল হ’ল বাজেট ভাষণ! বিত্ত বিভাগৰ ৱেবছাইটৰ পৰা বাজেট ভাষণৰ স্ক্ৰীণশ্বট ভাইৰেল। দাখিলৰ পূৰ্বে কেনেকৈ আগতীয়াকৈ আপলোড হ’ল বাজেট ভাষণ। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং