24 C
Guwahati
Thursday, October 28, 2021
More

    হিমন্তৰ সংস্কৃত টোল আৰু মাদ্ৰাছাৰ বিষয়ে জ্ঞান নাইঃ নুৰুল হুদা

    সংস্কৃত টোল আৰু মাদ্ৰাছাবোৰত কোনো ধৰ্মীয় শিক্ষা দিয়া নহয়

    শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংস্কৃত টোল আৰু মাদ্ৰাছাক বন্ধ কৰাৰ ঘোষণা কৰাৰ কথাত তীব্ৰ বিৰোধিতা কৰিছে বিধায়ক নুৰুল হুদাই। শিক্ষামন্ত্ৰী হিমন্তৰ সংস্কৃত টোল আৰু মাদ্ৰাছাৰ বিষয়ে জ্ঞান নথকাৰ বাবে এনে সিন্ধান্ত লৈছে বুলি মন্তব্য কৰে। সংস্কৃত টোল আৰু মাদ্ৰাছাবোৰত কোনো ধৰ্মীয় শিক্ষা দিয়া নহয়।

    আধুনিক শিক্ষাৰ লগতে ভাষাৰ জ্ঞান দিয়া হয়। চৰকাৰী টকাৰে কোনো ধৰণৰ ধৰ্মীয় শিক্ষা দিয়া নহয়। ধৰ্মীয় শিক্ষাৰ বাবে ইছলামধৰ্মী লোকসকলে পৃথকে শিক্ষানুষ্ঠান খুলি লয়। চৰকাৰে কৰ্ম সংস্থাপন দিয়াৰ বিপৰীতে চাকৰিয়ালক কৰ্মহীন কৰিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে নুৰুল হুদাই।

    Photo Credit:@muksidulhoque

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং