27 C
Guwahati
Tuesday, November 30, 2021
More

    Breaking: যোৰহাটত এজন লোকৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৪ লাখ

    ভুক্তভোগী লোকজন হৈছে জল সম্পদ বিভাগৰ কৰ্মচাৰী কৰ্ণ ডেকা। টকাখিনি লৈ যোৱাৰ পিছতে অসুস্থ হৈ পৰে লোকজন

    যোৰহাটত পুণৰ চিলনী চোৰৰ সন্ত্ৰাস। এজন লোকৰ পৰা লুটি নিলে ৪ লাখ টকা। ভুক্তভোগী লোকজনে ভাৰতীয় ষ্টেট বেংকৰ যোৰহাট শাখাৰ পৰা লৈ আহিছিল ৪ লাখ টকা। যোৰহাট DTO কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই ঘটনা।

    ভুক্তভোগী লোকজন হৈছে জল সম্পদ বিভাগৰ কৰ্মচাৰী কৰ্ণ ডেকা। টকাখিনি লৈ যোৱাৰ পিছতে অসুস্থ হৈ পৰে লোকজন। বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে লোকজন। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং