30 C
Guwahati
Wednesday, October 5, 2022
More

    দিন দুপৰতে ডকাইতে লুটিলে ২ লাখ টকা, লংকাত সংঘটিত এই ঘটনা

    UBI বেংকৰ পৰা ব্যৱসায়ৰ বাবে উলিয়াই আনিছিল টকাখিনি

    দিনক দিনে ৰাজ্যত বৃদ্ধি পাইছে দিন ডকাইতি আৰু লুট পাতৰ ঘটনা। পুনৰ লংকাত দিন দুপৰতে ডকাইতে লুটিলে ২ লাখ টকা। কানাড়া বেংকৰ সন্মুখতে এজন ব্যৱসায়ীৰ পৰা ডকাইতে লুটিলে এই বৃহৎ পৰিমানৰ ধন।

    দীপক শীল নামৰ এজন লোকৰ পৰা ডকাইতে লুটিলে টকাখিনি। টকাখিনি উলিয়াই বেংকৰ সন্মুখতে ফোনত কথা পাতি থকা অৱস্থাতে স্কুটিৰ পৰা লুটি লৈ গ’ল ধনখিনি। UBI বেংকৰ পৰা ব্যৱসায়ৰ বাবে উলিয়াই আনিছিল টকাখিনি।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং