31 C
Guwahati
Friday, August 5, 2022
More

    Breaking: গৌৰীসাগৰত নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক ক’লা পতাকা দেখুৱালে আছুয়ে

    ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে নিজ গৃহ সমষ্টিৰ অভিমুখে যাত্ৰা কৰিছিল

    মন্ত্ৰিত্ব লাভৰ পিছতে নৱনিযুক্ত ৰাজ্যিক মন্ত্ৰী যোগেন মহনক ক’লা পতাকা দেখুৱালে আছুয়ে। শনিবাৰে অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা চৰাইদেউ জিলা অন্তৰ্গত মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা নৱনিযুক্ত ৰাজ্যিক মন্ত্ৰী যোগেন মহনক গৌৰীসাগৰত ক’লা পতাকা দেখুৱালে আছুয়ে।

    ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে নিজ গৃহ সমষ্টিৰ অভিমুখে যাত্ৰা কৰা ৰাজহ আৰু গডকাপ্তানী বিভাগৰ নৱনিযুক্ত ৰাজ্যিক মন্ত্ৰী যোগেন মহনক গৌৰীসাগৰৰ মিটং দলঙৰ সমীপত ক’লা পতাকাৰে আদৰণি জনালে শিৱসাগৰ জিলা ছাত্র সন্থাই।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং