27 C
Guwahati
Thursday, September 22, 2022
More

    অবৰ্ণনীয় প্ৰতিভা! প্ৰতিভাই হৃদয় চুই যাব আপোনাৰো, চাওক VIDEO

    দুলীয়াজানৰ বাসিন্দা নয়ন বৰঠাকুৰ আৰু হিমাদ্ৰী বৰঠাকুৰৰ একমাত্ৰ সন্তান নিহাংস

    মুখেৰে ফুটা নাই মাত, খোজ দিয়ে থুনুক থানাককৈ কিন্তু এক অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এটি কণমানি। শিশুটিৰ প্ৰতিভা দেখিলে আচৰিত হ’ব আপুনিও। নাগাৰা, তবলা প্ৰাণ পাই উঠে এই ২ বছৰীয়া কণমানিটিৰ হাতৰ পৰশত।

    এই কণমানিটিৰ নাম নিহাংস বৰঠাকুৰ। দুলীয়াজানৰ বাসিন্দা নয়ন বৰঠাকুৰ আৰু হিমাদ্ৰী বৰঠাকুৰৰ একমাত্ৰ সন্তান নিহাংস। মাত্ৰ ২ বছৰ বয়সতে এনেদৰে সুন্দৰকৈ বজাব পাৰে নাগাৰা-তবলা। কণমানিটিৰ নাগাৰা বজোৱা শব্দত আপোনাৰো নাচি উঠিব দেহ-মন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং