33 C
Guwahati
Thursday, July 7, 2022
More

    বিধ্বংসী অগ্নিকাণ্ড, জাহ লক্ষাধিক টকাৰ সামগ্ৰী

    অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত

    তিনিচুকীয়াৰ বালুগাডা বিকাশপুৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ লগতে কেইবাটাও বাসগৃহ। ৰুণু বৰাইক নামৰ এগৰাকী লোকৰ বাসগৃহসহ ১৩টা ঘৰ অগ্নিকাণ্ডত ভস্মীভূত।

    ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।

    Tinsukia | Edited by: Dulu Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং