22 C
Guwahati
Wednesday, October 27, 2021
More

    তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড; প্ৰায় ৭ লাখ টকাৰ সম্পত্তি ভস্মীভূত

    ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়

    তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড। তিনিচুকীয়াৰ হিজুগুৰিৰ SS ফাৰ্ণিচাৰ নামৰ এটা প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত এই অগ্নিকাণ্ড। সঞ্জীৱ কুমাৰ আগৰৱাল নামৰ লোকজনৰ ফাৰ্ণিচাৰ প্ৰতিষ্ঠানখন সম্পূৰ্ণৰূপে ভস্মীভূত।

    অগ্নিকাণ্ডত জাহ যায় প্ৰায় ৭ লাখ টকাৰ সম্পত্তি। ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং