30 C
Guwahati
Tuesday, September 27, 2022
More

    গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ যায় লক্ষাধিক টকাৰ সম্পত্তি

    বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি অগ্নিনিৰ্বাপক বাহিনীয়ে সন্দেহ প্ৰকাশ কৰিছে

    মহানগৰীৰ দিছপুৰ থানাৰ অন্তৰ্গত বেলতলাৰ জয়ানগৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত লক্ষাধিক টকাৰ সামগ্ৰী জাহ যায়। আৰক্ষীয়ে জনোৱা অনুসৰি জয়ানগৰৰ য়ংষ্টাৰ ফাষ্ট ফুড, নিশা ষ্টোৰ, ২ খন ষ্টেচনাৰী আৰু এখন জেৰক্সৰ দোকান জ্বলি ভস্মীভূত হয়। মুঠ ৪খন দোকানৰ সা-সামগ্ৰী জুইৰ লেলিহান শিখাই আগুৰি ধৰে।

    ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি অগ্নিনিৰ্বাপক বাহিনীয়ে সন্দেহ প্ৰকাশ কৰিছে।

    চাওক ভিডিঅ’:

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং