বিহাৰৰ বৈছালী জিলাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত। এখন দোকানত অগ্নিকাণ্ডৰ সূত্ৰপাত। অগ্নিকাণ্ডৰ ফলত নিহত ২জনকৈ লোক। জুইত দোকানখনৰ সকলো সামগ্ৰী জ্বলি ভস্মীভূত হয়।
ঘটনাস্থলীত অগ্নিনিৰ্বাপকৰ দল উপস্থিত হোৱাৰ পূৰ্বেই জুইৰ লেলিহান শিখাই আৱৰি ধৰে দোকানখন। প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী জ্বলি ছাই হয় এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত। বৰ্তমনালৈ নিহত লোক দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
Photo credit: indiatoday.in