27 C
Guwahati
Wednesday, September 28, 2022
More

    গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন লোক

    নিহত লোকজনৰ নাম অতুল গগৈ। বাইক আৰু অচিনাক্ত বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত এই দুৰ্ঘটনা

    বিশ্বকৰ্মা পূজাৰ দিনাই গোলাঘাটত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। তৰফাৎ আহোম গাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত এজন বাইক আৰোহী। নিহত লোকজনৰ নাম অতুল গগৈ। বাইক আৰু অচিনাক্ত বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত এই দুৰ্ঘটনা।

    দুৰ্ঘটনাটো সংঘটিত কৰিয়েই বাহনসহ চালকৰ পলায়ন। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং