যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটী অভিমুখে গৈ আছিল এখন এম্ৱুলেঞ্চ। দ্ৰুতবেগী আছিল এম্ৱুলেঞ্চখন। নিয়ন্ত্ৰণ হেৰুৱাই যোৰাবাট কেঞ্চাৰ হাস্পতালৰ সন্মুখত এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে । যাৰ ফলত এম্ৱুলেঞ্চৰ চালক আবদ্ধ হৈ পৰে গাড়ীখনত। ঘটনাস্থলীত যোৰাবাট আৰক্ষী উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰি GMCH লৈ প্ৰেৰণ কৰে।