যোৰাবাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক ৷ উত্তৰ-গুৱাহাটীৰ পৰা লংকা অভিমুখে গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন৷
সৌভাগ্যক্ৰমে ট্ৰাকখনৰ চালক শুকুৰ আলীৰ জীৱন ৰক্ষা। দুৰ্ঘটনাস্থলীত উপস্থিত যোৰাবাট আৰক্ষী। ট্ৰাকখনত আছিল ৩০৬টা চিলিণ্ডাৰ।