27 C
Guwahati
Friday, September 30, 2022
More

    জোনাইত পথ দুৰ্ঘটনা, থিতাতে নিহত ২ যুৱক

    ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন নৈশ বাছৰ চালকজনৰ

    জোনাইৰ অসম-অৰুণাচল সীমান্তৰ পৰা বনাঞ্চলৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সন্ধিয়া সংঘটিত হ’ল পথ দুৰ্ঘটনা ৷ সন্ধিয়া প্ৰায় ৬ বজাত পাচিঘাটৰ পৰা ডিমাপুৰ অভিমুখী এখন নৈশ বাছ আৰু এখন বাইকৰ মুখামুখি সংঘৰ্ষত বাইকত অহা তিনি আৰোহীৰ ২জন যুৱকৰ থিতাতে মৃত্যু হয় আৰু এজনক সংকটজনক অৱস্থাত লৈ যোৱা হয় চিকিৎসালয়লৈ৷

    ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন নৈশ বাছৰ চালকজনৰ ৷ অৱশ্যে বৰ্তমানলৈও জানিব পৰা হোৱা নাই মৃত দুই যুৱকৰ প্ৰকৃত পৰিচয়৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং