34 C
Guwahati
Thursday, September 23, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰিত ভাঁহি উঠিছে প্ৰকাণ্ড প্ৰকাণ্ড মাছ

    ইয়াৰ পূৰ্বেও বিষ্ণুপুষ্কৰ পুখুৰীত মাছৰ মৃত্যু হৈছিল

    হাজো মাধৱ মন্দিৰৰ পুখুৰীত ভাঁহি উঠিছে প্ৰকাণ্ড প্ৰকাণ্ড মাছ। পুখুৰীত অক্সিজেনৰ অভাৱত মাছৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

    মন্দিৰটোৰ বিষ্ণুপুষ্কৰ পুখুৰীত মাছৰ মৃত্যুক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত পুখুৰীত ঢৌ টোলাৰ চেষ্টা৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিষ্ণুপুষ্কৰ পুখুৰীত মাছৰ মৃত্যু হৈছিল।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    আজি বিশ্বকৰ্মা পূজা, সমগ্ৰ ৰাজ্যতে পূজাৰ ব্যস্ততা

    বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে

    ডফলীৱালেৰ চিৰ বিদায়, ‘ম্যে মৰ কৰ ভি না মৰ ছকা, ঔৰ না হি জী-কৰ জী ছকতা হুঁ’

    প্ৰেম কৰাই যেন জীৱন, ৰীল লাইফ আৰু ৰীয়েল লাইফ দুয়োটাতে সফলতাৰে মোহৰ মাৰিছে প্ৰেমৰ

    সত্যৰঞ্জন বৰাৰ ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ শীৰ্ষক গ্ৰন্থ বন্ধ কৰাৰ দাবী অৰুণাচলত

    কেব গৃহীত হ'লে অসমৰ লগতে অৰুণাচল প্ৰদেশতো ব্যাপক প্ৰভাৱ পৰিব। কোনো অবৈধ নাগৰিকৰ বোজা গ্ৰহণ নকৰে অৰুণাচলে। চাংমা আৰু হাজংসকলক লৈয়েই সমস্যাত অৰুণাচল

    দুটা ভাগত বিভক্ত হ’ল KMSS; এফালে KMSS আনফালে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীল

    অখিল গগৈয়ে দিনত আন্দোলন, ৰাতি মাহেকীয়া ছিণ্ডিকেট চলায় বুলিও উল্লেখ কৰে প্ৰগতিশীলৰ নেতা সকলে

    এজন দুজন নহয় ৪০০জন লোকক কোৱাৰাইণ্টাইন মৰিয়নীত

    নাগালেণ্ডৰ পৰা নিজৰ ঘৰলৈ যাবৰ বাবে খোজকাঢ়ি আহিছিল এইসকল লোকে

    বিজেপি মিত্র জোট সরকার দুর্নীতিমুক্ত প্রশাসন উপহার দিয়েছে, দাবি সর্বার

    রাজ্য সরকারের দৃষ্টান্তমূলক পদক্ষেপ সমূহের ফলে অসমে কোনও ধরনের গোষ্ঠীগত সংঘর্ষ সংঘটিত হয়নি।

    স্বামীজির আর্দশে দেশ গঠনে যুব সমাজকে এগিয়ে আসার আহ্বান সুস্মিতার

    স্বামী বিবেকানন্দের ১৫৯ তম জন্ম বার্ষিকী জাতীয় যুব দিবস হিসেবে পালন করেছে শিলচর বিধানসভা যুব কংগ্রেস কমিটি।