23 C
Guwahati
Sunday, March 19, 2023
More

    পশ্চিমবংগৰ হাওৰাত অসমৰ কেইবা শতাধিক যুৱক আৱদ্ধ;উদ্ধাৰৰ বাবে কাতৰ আহ্বান চৰকাৰক

    হাওৰা ৰে'ল ষ্টেচনত যুৱকসকল দুদিন ধৰি আবদ্ধ হৈ আছে

    পশ্চিমবংগৰ হাওৰাত অসমৰ কেইবা শতাধিক যুৱক আৱদ্ধ। হোজাই জিলাৰ ডবকা, নীলবাগান, যমুনামুখ, মোৰাঝাৰৰ আৰু লংকা অঞ্চলৰ প্রায় দুই শতাধিক যুৱক আবদ্ধ হৈ আছে। হাওৰা ৰে’ল ষ্টেচনত এই যুৱকসকল দুদিন ধৰি আবদ্ধ হৈ আছে। উদ্ধাৰৰ বাবে কাতৰ আহ্বান চৰকাৰক।

    ইতিমধ্যে কেইজনমান যুৱকে নিজাববীয়াকৈ বাছ ভাড়া লৈ অসমত অহাৰ কথা TIME8 ক জনাইছে যদিও তেওঁলোক শংকিত। কিয়নো এইসকল যুৱক কেৰেলা, চেন্নাই আদি অঞ্চলত কর্মৰত আছিল।

    বাছৰে অসমত প্ৰৱেশ কৰাত তেওঁলোক অসুবিধাৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে। সেয়েহে এই যুৱকসকলক চৰকাৰে উদ্ধাৰৰ ব্যৱস্থা হাতত ল’ব লাগে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং