28 C
Guwahati
Monday, September 26, 2022
More

    নৃশংসতা! শুৱাপাটীতে ডিঙি কাটিলে যুৱকৰ

    লখিমপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে হত্যাকাৰী অভিষেক চৌহানক

    লখিমপুৰৰ পহুমৰাত শিহৰণকাৰী ঘটনা সংঘটিত। শুৱাপাটীতে চোকা অস্ত্ৰৰে ডিঙি কাটিলে এজন যুৱকে। চন্দন মাহাতু নামৰ যুৱকজনক নৃশসংভাৱে হত্যা কৰিলে ভনী জোঁৱায়েকে।

    মৃত চন্দনৰ ভগ্নীয়ে স্বামী অভিষেক চৌহানৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিৱ নোৱাৰি ঘূৰি আহিছিল মাতৃ গৃহলৈ। ভগ্নীক আশ্ৰয় দিয়াৰ বাবেই জোঁৱায়েকে নিশা চন্দনক হত্যা কৰে৷

    লখিমপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে হত্যাকাৰী অভিষেক চৌহানক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং