15 C
Guwahati
Tuesday, January 25, 2022
More

    ৰাসৰ আনন্দৰ মাজতে ৰঙিয়াত অঘটন; নিৰ্মম প্ৰহাৰত নিহত এজন

    ১০ হাজাৰ টকাৰ বাবে সংঘটিত হয় এই ঘটনা। সোমবাৰে নিজ গৃহত মৃত্যু হয় গণেশ দাসৰ। আৰক্ষীয়ে হত্যাকাৰী দিপু বৈশ্যক আটক কৰি জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে

    ৰাসৰ আনন্দৰ মাজতে ৰঙিয়াৰ তুলসীবাৰীত সংঘটিত হয় এক নৃশংস ঘটনা। দিপু বৈশ্য নামৰ এজন লোকৰ নিৰ্মম প্ৰহাৰত নিহত গণেশ দাস নামৰ এজন লোক। দেওবাৰে নিশা দিপু বৈশ্যক ঘৰত আবদ্ধ কৰি মাৰপিট কৰাৰ অভিযোগ পৰিয়ালৰ।

    পৰিয়ালৰ অভিযোগৰ ভিত্তিত হত্যাকাৰী দীপু বৈশ্যক আটক কৰে আৰক্ষীয়ে। ১০ হাজাৰ টকাৰ বাবে সংঘটিত হয় এই ঘটনা। সোমবাৰে নিজ গৃহত মৃত্যু হয় গণেশ দাসৰ। আৰক্ষীয়ে হত্যাকাৰী দিপু বৈশ্যক আটক কৰি জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং