26 C
Guwahati
Thursday, September 29, 2022
More

    মৰিয়নীত নাও দুৰ্ঘটনা, এজনৰ সলিলসমাধি হোৱাৰ আশংকা

    বৰ্তমানলৈ ঘটনাস্থলীত উপস্থিত হোৱা নাই SDRFৰ দল

    মৰিয়নীৰ ৰণখামৰ জাঁজী নৈত ডুব যায় এখন নাও। দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল ৩ গৰাকী যাত্ৰী। নাওখনত যাত্ৰা কৰা ৰ়ঞ্জিত মুড়া নামৰ এগৰাকী যাত্ৰী পানীত ডুবি সলিলসমাধি হোৱাৰ আশংকা।

    সন্ধিয়া নাৱেৰে জাজী নৈ অতিক্ৰম কৰি শিৱসাগৰৰ হালোৱাটিঙলৈ গৈ থকাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা। বৰ্তমানলৈ ঘটনাস্থলীত উপস্থিত হোৱা নাই SDRFৰ দল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং