24 C
Guwahati
Tuesday, September 27, 2022
More

    মহানগৰীত আৰক্ষীৰ বৰ্বৰতা! নতুন যান-বাহন আইনৰ গইনা লৈ আৰক্ষীৰ গুণ্ডাগিৰি

    নতুন যান-বাহন আইনৰ গইনা লৈ আৰক্ষীয়ে এজন লোকৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলাই

    পুনৰ অসম আৰক্ষীৰ আন এক বৰ্বৰতা। মহানগৰীৰ ভৰলুমুখত সংঘটিত হৈছে এই নিকৃষ্ট কাণ্ড। নতুন যান-বাহন আইনৰ গইনা লৈ আৰক্ষীয়ে এজন লোকৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলাই।

    গুৱাহাটীৰ এপল’ হাস্পতাললৈ যোৱাৰ পথত যান-বাহন আইন ভংগ কৰি যুৱকজনে নিজৰ গন্তব্য স্থানলৈ যোৱাৰ সময়তে আৰক্ষীয়ে যুৱকজনক আগভেটি ধৰে আৰু বাহনখনৰ সকলো নথি-পত্ৰ বিচৰাত ছিদ্দিক আলী নামৰ যুৱকজনে আৰক্ষীক কয় যে তেওঁৰ সকলো নথি-পত্ৰ পশ্চিমবংগত আৰক্ষীয়ে জব্দ কৰিছে। পিছত আৰক্ষীয়ে যুৱকজনক থানালৈ লৈ যায়। এই কথা Time8ক জনালে ট্ৰাফিক DCP প্ৰশান্ত শইকীয়াই।

    আৰু তাৰ পিছৰ দৃশ্য এয়া:

    নতুন যান-বাহন আইনৰ গইনালৈ ৰাজপথত আৰক্ষীৰ গণ্ডাগিৰি। ভৰলুমুখত আৰক্ষীৰ নিকৃষ্ট কাণ্ড

    নতুন যান-বাহন আইনৰ গইনালৈ ৰাজপথত আৰক্ষীৰ গণ্ডাগিৰি। ভৰলুমুখত আৰক্ষীৰ নিকৃষ্ট কাণ্ড

    TIME8 ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಸೋಮವಾರ, ಸೆಪ್ಟೆಂಬರ್ 30, 2019

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং