33 C
Guwahati
Tuesday, September 27, 2022
More

    মহানগৰীৰ ফাঁচীবজাৰত বিধ্বংসী অগ্নিকাণ্ড

    সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা

    মহানগৰীৰ ফাঁচীবজাৰত বিধ্ৱংসী অগ্নিকাণ্ড। ছাহী দৰবাৰ কিটচেন নামৰ এখন বিলাসী ৰেষ্টুৰেণ্টত অগ্নিকাণ্ডৰ সূত্ৰপাত। শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত বহু লোক আৱদ্ধ হৈ পৰিছিল যদিও ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় লোককেইজনৰ উদ্ধাৰ কৰে।

    সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিদগ্ধ ৰেষ্টুৰেণ্টখনত প্ৰায় ১০ গৰাকী গ্ৰাহকসহ আছিল ৰেষ্টুৰেণ্টখনৰ কৰ্মচাৰী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং