27 C
Guwahati
Wednesday, September 28, 2022
More

    অনশনত বহিল মহাত্মা গান্ধী

    'কা'ৰ বিৰুদ্ধে তেওঁ দিল্লীলৈ গৈ যন্তৰ মন্তৰত অনশনত বহিল গান্ধীয়ে

    অনশনত বহিল মহাত্মা গান্ধী। ‘কা’ বিৰোধিতাৰে দিল্লীৰ যন্তৰ মন্তৰত অনশন মহাত্মা গান্ধীৰ। এই মহাত্মা গান্ধী বৰপেটাৰ গুণজিৎ শৰ্মাহে। এই গুণজিৎ শৰ্মাই বৰপেটাৰ পৰা দিছপুৰলৈ ‘কা’ বিৰোধিতাৰে পদব্ৰজে যাত্ৰা কৰিছিল।

    মহাত্মা গান্ধীৰ বেশেৰে গৈ দিছপুৰ আৰক্ষীৰ হাতত আটক হৈছিল গুণজিৎ শৰ্মা। সেইগৰাকী মহাত্মা গান্ধী ৰূপী গুণজিৎ শৰ্মা এইবাৰ দিল্লীত। ‘কা’ৰ বিৰুদ্ধে তেওঁ দিল্লীলৈ গৈ যন্তৰ মন্তৰত একেই বেশত অনশনত বহে। গুণজিৎ শৰ্মাই ‘কা’ বাতিল নোহোৱালৈ চলাই নিয়াৰ হুংকাৰ দিছে তেওঁৰ সংগ্ৰাম।

    Input And Photo Credit: Utpal Kr Kalita

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং