কৰ’ণাৰ মাজতে আহিছে এক হৃদয় বিদাৰক ঘটনা। মালবাহী ৰে’লে মহতিয়াই নিলে প্ৰায় ১৭ জনকৈ প্ৰবাসী শ্ৰমিকক। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। দুৰ্ঘটনাটোত অন্য কেইবাজনো গুৰুতৰভাৱে আহত হৈছে।
২০২০, ৮ মে’ শুকুৰবাৰে পুৱা ৬.৩০ মান বজাত ঔৰংগাবাদ-জালনা ৰে’লৱে লাইনত সংঘটিত হৈছে এই ঘটনা। প্ৰৱাসী শ্ৰমিককেইজনে মহাৰাষ্ট্ৰৰ পৰা চত্তীছগড়স্থিত নিজ ঘৰলৈ খোজ কাঢ়ি গৈ আছিল। সেই সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।
Photo credit: Aajtak.com