17 C
Guwahati
Saturday, January 15, 2022
More

    ভয়ংকৰ দুৰ্ঘটনা, ৰে’লে মহতিয়াই নিলে প্ৰায় ১৭ জনকৈ শ্ৰমিক

    শুকুৰবাৰে পুৱা ৬.৩০ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয়

    কৰ’ণাৰ মাজতে আহিছে এক হৃদয় বিদাৰক ঘটনা। মালবাহী ৰে’লে মহতিয়াই নিলে প্ৰায় ১৭ জনকৈ প্ৰবাসী শ্ৰমিকক। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। দুৰ্ঘটনাটোত অন্য কেইবাজনো গুৰুতৰভাৱে আহত হৈছে।

    ২০২০, ৮ মে’ শুকুৰবাৰে পুৱা ৬.৩০ মান বজাত ঔৰংগাবাদ-জালনা ৰে’লৱে লাইনত সংঘটিত হৈছে এই ঘটনা। প্ৰৱাসী শ্ৰমিককেইজনে মহাৰাষ্ট্ৰৰ পৰা চত্তীছগড়স্থিত নিজ ঘৰলৈ খোজ কাঢ়ি গৈ আছিল। সেই সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।

    Photo credit: Aajtak.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং