26 C
Guwahati
Sunday, October 24, 2021
More

    আস্থা ভোটেৰে নিশ্চিত হ’ল মহাৰাষ্ট্ৰ চৰকাৰৰ; উদ্ধৱ থাকৰে নেতৃত্বাধীন ত্ৰিদলীয় চৰকাৰ

    শিৱসেনা, এনচিপি আৰু কংগ্ৰেছ দলেৰে গঠিত এই চৰকাৰ

    বিজেপিয়ে সদন ত্যাগ কৰাৰ পিছতে নিশ্চিত হ’ল উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰ । মহাৰাষ্ট্ৰত এতিয়াৰ পৰা উদ্ধৱ থাকৰে নেতৃত্বাধীন ত্ৰিদলীয় চৰকাৰ । শিৱসেনা, এনচিপি আৰু কংগ্ৰেছ দলেৰে গঠিত এই চৰকাৰ। গৰিষ্ঠ সংখ্যক আস্থা ভোটেৰে বিধান সভাত প্ৰমাণ কৰিলে সংখ্যাগৰিষ্ঠতা ।

    আনহাতে উদ্ধৱ থাকৰেই বিধানসভা অধিৱেশন আহ্বান কৰাক লৈ অসাংবিধানিক আখ্যা বিৰোধীৰ । প্ৰটেম অধ্যক্ষক নিযুক্তিক লৈয়ো আপত্তি দৰ্শাই বিৰোধীয়ে ।

    এতিয়া বিধানসভা অধ্যক্ষ পদ কৰ নামত হয় সেয়াহে হ’ব লক্ষণীয়। এই পদৰ বাবে কংগ্ৰেছে প্ৰক্ষেপ কৰিছে নানা পটলেক আৰু বিজেপিয়ে প্ৰক্ষেপ কৰিছে বিধায়ক কিষন কেথেৰেক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং