27 C
Guwahati
Thursday, September 23, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল গৌৰৰ ৮৯ বছৰ বয়সত দেহাৱসান, দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল

    বাবুলাল গৌৰ ২৩ আগষ্ট ২০০৪ৰ পৰা ২৯ নৱেম্বৰ ২০০৫লৈ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল। গৌৰৰ জন্ম হৈছিল ১৯৩০ চনত ২ জুনত উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ নোগীৰ গাঁৱত।

    মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিজেপি নেতা বাবুলাল গৌৰৰ বুধবাৰে পুৱা ভূপালৰ নৰ্মদা হাস্পতালত দেহাৱসান। ৮৯ বছৰীয়া বাবুলাল গৌৰৰ মঙলবাৰে স্বাস্থ্যৰ অৱনতি ঘটে। তেওঁৰ ৰক্ত চাপ হ্ৰাস হৈছিল।

    গৌৰৰ বৃক্ক সম্পূৰ্ণৰূপে বিকল হৈছিল। বিগত ১৪ দিনত নৰ্মদা হাস্পতালত ভেণ্টিলেটৰত ৰখা হৈছিল। বিজেপিয়ে জনোৱা অনুসৰি বাবুলাল গৌৰৰ নশ্বৰ দেহ বুধবাৰে ১২.৩০ বজাত তেওঁৰ বাসগৃহৰ পৰা বিজেপি কাৰ্যালয়লৈ ৰাওনা হয়, বিজেপিৰ কৰ্মকৰ্তাসকলে আৰু সাধাৰণ জনতাই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

    পিছত তেওঁৰ নশ্বৰ দেহ অন্তিম যাত্ৰা ভূপালৰ সুভাষ নগৰৰ বিশ্ৰাম ঘাটলৈ ৰাওনা হ’ব। দুপৰীয়া ২ বজাত তেওঁৰ অন্তিম সংস্কাৰ কৰা হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    আজি বিশ্বকৰ্মা পূজা, সমগ্ৰ ৰাজ্যতে পূজাৰ ব্যস্ততা

    বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে

    ডফলীৱালেৰ চিৰ বিদায়, ‘ম্যে মৰ কৰ ভি না মৰ ছকা, ঔৰ না হি জী-কৰ জী ছকতা হুঁ’

    প্ৰেম কৰাই যেন জীৱন, ৰীল লাইফ আৰু ৰীয়েল লাইফ দুয়োটাতে সফলতাৰে মোহৰ মাৰিছে প্ৰেমৰ

    ৰহস্যময়ী Bloodwood Tree, কাটিলে ওলাই মানুহৰ দৰে তেজ

    এই অসাধাৰণ ব্লাডউড ট্ৰী(Bloodwood tree) দক্ষিণ আফ্ৰিকাৰ উপৰিও মোজাম্বিক, নামীবিয়া, তঞ্জানিয়া আৰু জিম্বাৱে'ৰ দৰে দেশত পোৱা যায়

    দুটা ভাগত বিভক্ত হ’ল KMSS; এফালে KMSS আনফালে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীল

    অখিল গগৈয়ে দিনত আন্দোলন, ৰাতি মাহেকীয়া ছিণ্ডিকেট চলায় বুলিও উল্লেখ কৰে প্ৰগতিশীলৰ নেতা সকলে

    ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী বিধায়িকাৰ নৃত্য, চাওক VIDEO

    আনহাতে বিধায়িকাগৰাকীক এই সন্দৰ্ভত আছুৱে চেপনৰ ৰণশিঙা কাৰ্যসূচীৰ পৰা প্ৰত্যাহ্বান জনাই এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়

    এজন দুজন নহয় ৪০০জন লোকক কোৱাৰাইণ্টাইন মৰিয়নীত

    নাগালেণ্ডৰ পৰা নিজৰ ঘৰলৈ যাবৰ বাবে খোজকাঢ়ি আহিছিল এইসকল লোকে

    বিজেপি মিত্র জোট সরকার দুর্নীতিমুক্ত প্রশাসন উপহার দিয়েছে, দাবি সর্বার

    রাজ্য সরকারের দৃষ্টান্তমূলক পদক্ষেপ সমূহের ফলে অসমে কোনও ধরনের গোষ্ঠীগত সংঘর্ষ সংঘটিত হয়নি।