লখিমপুৰৰ ইউটিউৱাৰ মিষ্টাৰ ৰাজাৰ বিৰুদ্ধে আছুৰ ক্ষোভ।আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক ইউটিউৱত অপমানৰ অভিযোগ।মিষ্টাৰ ৰাজাক বগীনদীলৈ মাতি আনিলে আছুৰ সদস্যই।চাউলধোৱা, বগীনদী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যৰ ক্ষোভৰ সন্মুখীন ইউটিউবাৰ মিষ্টাৰ ৰাজা।
আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈক ইউটিউবৰ ভিডিঅ’ৰ জৰিয়তে অপমান কৰি ক্ষমা খুজিবলৈ বাধ্য হ’ল মিষ্টাৰ ৰাজা ।ইয়াৰ পূৰ্বেও বহুবাৰ বিভিন্ন বিতৰ্কিত ভিডিঅ’ৰে ৰোষত পৰিছিল এইজন যুৱক।