12.5 C
Guwahati
Saturday, January 29, 2022
More

    লক্ষাধিক টকাৰ শিখৰ জব্দ নাজিৰা আৰক্ষীৰ

    জব্দ কৰা গাড়ীখনৰ নম্বৰ AS 01 JC 4678

    দেশৰ লকডাউনৰ মাজতে নাজিৰা আৰক্ষী বৃহৎ সফলতা৷ চৰকাৰে নিষিদ্ধ কৰা গুটখা জব্দ কৰিলে নাজিৰা আৰক্ষীয়ে।

    গুৱাহাটীৰ পৰা ITC কোম্পানীৰ এখন বাহনত আনিছিল বৃহৎ পৰিমাণৰ গুটখাখিনি৷

    বাহনখনত আছিল লক্ষাধিক টকাৰ শিখৰ৷ জব্দ কৰা গাড়ীখনৰ নম্বৰ AS 01 JC 4678৷ বিকাশ চাহু নামৰ ব্যৱসায়ীজনে নাজিৰালৈ আনিছিল অবৈধ গুটখাখিনি৷

    Input & Photo: Bikash Arandhara

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং