দেশৰ লকডাউনৰ মাজতে নাজিৰা আৰক্ষী বৃহৎ সফলতা৷ চৰকাৰে নিষিদ্ধ কৰা গুটখা জব্দ কৰিলে নাজিৰা আৰক্ষীয়ে।

গুৱাহাটীৰ পৰা ITC কোম্পানীৰ এখন বাহনত আনিছিল বৃহৎ পৰিমাণৰ গুটখাখিনি৷

বাহনখনত আছিল লক্ষাধিক টকাৰ শিখৰ৷ জব্দ কৰা গাড়ীখনৰ নম্বৰ AS 01 JC 4678৷ বিকাশ চাহু নামৰ ব্যৱসায়ীজনে নাজিৰালৈ আনিছিল অবৈধ গুটখাখিনি৷
Input & Photo: Bikash Arandhara