33 C
Guwahati
Thursday, July 7, 2022
More

    হাবিবুৰ ৰহমান হত্যাকাণ্ডঃ ৩ হত্যাকাৰীক যাবজ্জীৱন কাৰাদণ্ড, ১০ হাজাৰ টকাৰ জৰিমণা

    হোজাইৰ শংকৰদেৱ নগৰ আদালতৰ ঐতিহাসিক ৰায়দান।

    কাকী জাজৰীব্লকৰ হাবিবুৰ ৰহমানৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত তিনি হত্যাকাৰীক যাবজ্জীৱন কাৰাদণ্ডসহ ১০ হাজাৰ টকাকৈ জৰিমনা বিহে। হবিজুৰ ৰহমান, ছাইদুৰ ৰহমা আৰু ছাহিদুৰ ৰহমানক আই পি চি ৩০২ ধাৰাত দিয়া হৈছে যাবজ্জীৱন কাৰাদণ্ড।

    শংকৰদেৱ নগৰৰ এন. এছ দেউৰীৰ সত্ৰ ন্যায়াধীশ আদালতে ঘোষণা কৰে এই ৰায়দান |

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং