14.5 C
Guwahati
Wednesday, January 26, 2022
More

    BREAKING: তিতাবৰত ট্ৰাকৰ খুন্দাত নিহত এটা নাহৰফুটুকী

    ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিছে নাহৰফুটুকীটোৰ মৃতদেহ।

    বৃহস্পতিবাৰে নিশা ট্ৰাকৰ খুন্দাত নিহত এটা নাহৰফুটুকী। যোৰহাট গোলাঘাট সংযোগী কে বি ৰোডত সংঘটিত এই ঘটনা। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিছে নাহৰফুটুকীটোৰ মৃতদেহ।

    Guwahati | Edited by: Dulu Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং