বৃহস্পতিবাৰে নিশা ট্ৰাকৰ খুন্দাত নিহত এটা নাহৰফুটুকী। যোৰহাট গোলাঘাট সংযোগী কে বি ৰোডত সংঘটিত এই ঘটনা। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিছে নাহৰফুটুকীটোৰ মৃতদেহ।
Guwahati | Edited by: Dulu Medhi
ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিছে নাহৰফুটুকীটোৰ মৃতদেহ।
বৃহস্পতিবাৰে নিশা ট্ৰাকৰ খুন্দাত নিহত এটা নাহৰফুটুকী। যোৰহাট গোলাঘাট সংযোগী কে বি ৰোডত সংঘটিত এই ঘটনা। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিছে নাহৰফুটুকীটোৰ মৃতদেহ।
Guwahati | Edited by: Dulu Medhi
Published:
First published