33 C
Guwahati
Wednesday, September 28, 2022
More

    যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা, আৰক্ষীৰ জালত পৰিল এজন

    ১৮ ছেপ্টেম্বৰৰ বিশ্বকৰ্মা পূজাৰ দিনা এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ লগতে ডেগাৰেৰে আক্ৰমণ কৰিছিল যুৱতীগৰাকীৰ মাতৃক

    লংকাৰ বামুণগাঁৱত যুৱতীক বলাত্কাৰৰ চেষ্টা আৰু যুৱতীগৰাকীৰ মাতৃক ডেগাৰেৰে আক্ৰমণৰ ঘটনা সন্দৰ্ভত এজনক আটক কৰিছে আৰক্ষীয়ে। ঘটনাত জড়িতৰ অভিযোগত নিশা আৰক্ষীয়ে আটক কৰে আনোৱাৰ হুছেইন নামৰ লোকজনক।

    ১৮ ছেপ্টেম্বৰৰ বিশ্বকৰ্মা পূজাৰ দিনা এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ লগতে ডেগাৰেৰে আক্ৰমণ কৰিছিল যুৱতীগৰাকীৰ মাতৃক। ঘটনা সন্দৰ্ভত দুজনৰ বিৰুদ্ধে অভিযোগ তুলি ভুক্তভোগীয়ে থানাত দাখিল কৰিছিল এজাহাৰ। গোচৰৰ ভিত্তিতে অভিযান চলাই নিশা আৰক্ষীয়ে আটক কৰে আনোৱাৰ হুছেইনক, এতিয়াও পলাতক অৱস্থাত অন্যতম অভিযুক্ত নুৰ উদ্দিন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং