জম্মু-কাশ্মীৰৰ ৰাজৌৰীত পাকিস্তানী সেনাই পুনৰ উলংঘন কৰিলে যুদ্ধ বিৰতি। শনিবাৰে পুৱা ৬.৩০ বজাৰ পৰা নছেৰা ছেক্টৰত সীমাত গুলীয়াগুলী আৰম্ভ হৈছিল। পাকিস্তানৰ গুলীয়াগুলী সেনাৰ লেঞ্চ নায়ক সন্দীপ থাপা ছহীদ হয়।
ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত পাকিস্তানৰো যথেষ্ট ক্ষতিসাধন হয়। দুদিন পূৰ্বে তেওঁ LoCত ৫ গৰাকী সৈনিক নিহত হোৱাৰ কথা স্বীকাৰ কৰিছিল।
জুলাইত দুগৰাকী ভাৰতীয় সৈনিক ছহীদ হৈছিল
পাকিস্তানী সেনাই ১, ৫ আৰু ৭ আগষ্টত ৰাজৌৰীৰ সুন্দৰবনী আৰু নছেৰা ছেক্টৰত উলংঘা কৰিছিল যুদ্ধ বিৰতিৰ। জুলাই সংঘটিত হোৱা গুলীয়াগুলিত এটি ১০দিনীয়া সদ্যজাত শিশুৰ মৃত্যু হৈছিল। সেনাৰ দুজন জোৱানো ছহীদ হৈছিল।