27 C
Guwahati
Monday, September 26, 2022
More

    লখিমপুৰ ডকাইতি কাণ্ডঃ আটক আৰু দুজন

    ধৃত চিনাতলীয়াৰ মাণিক দত্ত আৰু টাউন বাণ্টোৰ বিপুল গগৈ

    লখিমপুৰ আৰক্ষীৰ জালত ডকাইতি কাণ্ডত জড়িত আন দুই অপৰাধী আটক। ধৃত চিনাতলীয়াৰ মাণিক দত্ত আৰু টাউন বাণ্টোৰ বিপুল গগৈ। ধৃতদ্বয়ে ডকাইতি কাণ্ড সংঘটিত কৰা ঘৰটোৰ কথা সবিশেষ জনাইছিল ডকাইতৰ দলটোক।

    উল্লেখ্য যে, ৫ ছেপ্টেম্বৰত লখিমপুৰৰ চিনাতলীয়াৰ প্ৰতিষ্ঠিত ব্যৱসায়ী অৰুন দত্তৰ ঘৰত প্ৰৱেশ কৰি লুটি নিছিল ৯ লাখ টকাসহ সোণৰ আ-অলংকাৰ। ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ব্যৱসায়ী অৰুণ দত্ত।

    ডাইতিৰ ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতেই দুই ডকাইতক আটক কৰিছিল আৰক্ষীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং