28 C
Guwahati
Friday, September 17, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    BREAKING: মহিলা চিকিৎসকক শ্লীলতাহানিৰ চেষ্টা চলাই ৰঙা ঘৰত কৰ্মচাৰী

    গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী মহিলা চিকিৎসকক শ্লীলতাহানিৰ চেষ্টা চলায় হাস্পতালৰ এজন কৰ্মচাৰীয়ে। কৰ্মৰত অৱস্থাত থকা মহিলা চিকিৎসকগৰাকীক পাছফালৰ পৰা আহি সাবটি ধৰে আব্দুল মালেক নামৰ কেজুৱেল কৰ্মচাৰীজনে।

    সোমবাৰে বিয়লি সংঘটিত হয় লজ্জাজনক ঘটনা। মহিলা চিকিৎসকগৰাকীৰ অভিযোগৰ ভিত্তিত কৰ্মচাৰীজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত 320/19U/S 353/354 নম্বৰত ৰুজু কৰিছে গোচৰ।

    ইতিমধ্যে ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কৰ্মচাৰীজনক। আজি কৰ্মচাৰীজনক আদালতত হাজিৰ কৰোৱা হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    Breaking: অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান(ভাৰপ্ৰাপ্ত) পদত নিযুক্ত ভাস্কৰ জ্যোতি মহন্ত

    UPSC ৰ বৈঠকতহে অসমৰ পৰৱৰ্তী পুৰ্ণকালীন আৰক্ষী সঞ্চালকপ্ৰধান কোন হ’ব সেই লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব

    কৰ’ণা সতৰ্কতাঃ প্ৰথমবাৰলৈ কোনো প্ৰতিবাদ অবিহনে বন্ধ হ’ল অসমৰ চাহ বাগিচা

    চাহ শ্ৰমিকৰ মজুৰি প্ৰদান কৰিবলৈ প্ৰতিখন বাগিচাৰ মালিকপক্ষক দাবী আটছাৰ

    করিমগঞ্জে নিখোঁজ যুবতীর ঝুলন্ত মরদেহ উদ্ধার, খুনের অভিযোগ মায়ের

    নিখোজ হওয়া প্রায় বছর ১৬-র যুবতীর লাশ উদ্ধার।এ নিয়ে তীব্র চাঞ্চল্য বিরাজ করছে উত্তর করিমগঞ্জের জাতুয়া গ্রামে।

    বিজেপি জমানায় বরাকে ভাষিক আগ্রাসনের কোনও শঙ্কা নেই : রাজদীপ

    বিজেপি জমানায় বরাক উপত্যকায় ভাষিক আগ্রাসনের কোনও শঙ্কা নেই। চাকরির ক্ষেত্রে বরাক বঞ্চনার অভিযোগ ভিত্তিহীন।

    যুবতীর পেটে ১০ কেজি ওজনের টিউমার, সফল অস্ত্রোপচার শিলচরে

    শিলচরের এক নার্সিংহোমে এই যুবতীর অস্ত্রোপচার করেন স্ত্রীরোগ বিশেষজ্ঞ ডা: সুব্রত ভট্টাচার্য সহ তার সঙ্গী চিকিৎসক ডা: দেবাশিস বিশ্বাস ও ডা: অরিন্দম ভট্টাচার্য।

    BREAKING : শিলচর মেডিক্যালে চল্লিশ শয্যার আইসিইউ ওয়ার্ডের উদ্বোধন করলেন হিমন্তবিশ্ব

    শিলচর মেডিক্যাল কলেজ হাসপাতালে চল্লিশ শয্যার আইসিইউ ওয়ার্ডের উদ্বোধন করলেন রাজ্যের স্বাস্থ্যমন্ত্রী ডঃ হিমন্তবিশ্ব শর্মা।