কেৰালাত চৰকাৰী সেৱা আৰু PSUত মহিলা চালকৰ হ’ব নিযুক্তি। ৰাজ্য চৰকাৰে বুধবাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ। এই সন্দৰ্ভত সেৱা নিয়মত আৱশ্যক সংশোধন কৰা হ’ব।
বৰ্তমান কেৱল পুৰুষসকলে চৰকাৰী সেৱা আৰু PSUত চালকৰ পোষ্টৰ বাবে আৱেদন কৰিব পাৰিব।
ৰাজ্য চৰকাৰে বুধবাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ। এই সন্দৰ্ভত সেৱা নিয়মত আৱশ্যক সংশোধন কৰা হ'ব।
কেৰালাত চৰকাৰী সেৱা আৰু PSUত মহিলা চালকৰ হ’ব নিযুক্তি। ৰাজ্য চৰকাৰে বুধবাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ। এই সন্দৰ্ভত সেৱা নিয়মত আৱশ্যক সংশোধন কৰা হ’ব।
বৰ্তমান কেৱল পুৰুষসকলে চৰকাৰী সেৱা আৰু PSUত চালকৰ পোষ্টৰ বাবে আৱেদন কৰিব পাৰিব।
Published:
First published