22 C
Guwahati
Tuesday, October 26, 2021
More

    ‘কা’ আন্দোলনত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ১০ লাখ টকাৰ সাহায্য ঘোষণা কৰ্ণাটক চৰকাৰৰ

    ১৯ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে প্ৰাণ হেৰুৱাই ২ জন লোকে

    সমগ্ৰ দেশতে কা বিৰোধী প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিছে। আন্দোলন-প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ। মাংগালুৰুত কা বিৰোধী আন্দোলনত প্ৰাণ হেৰুৱালে ২জন লোকে।

    ১৯ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে প্ৰাণ হেৰুওৱা এই লোক দুজনৰ পৰিয়াললৈ ১০ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে কৰ্ণাটক চৰকাৰে।

    দেওবাৰে এই কথা ঘোষণা কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাই।

    Photo Credit: Hindustan Times

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং