29 C
Guwahati
Saturday, October 23, 2021
More

    Breaking: কৰ্ণাটকৰ উপ-নিৰ্বাচনত জয়লাভ বিজেপিৰ

    মুঠ ১৫ খন আসনৰ ১২ খনত জয়লাভ কৰে

    বৃহৎ জয়লাভেৰে কৰ্ণাটকত পৰৱৰ্তী চৰকাৰ গঠনৰ দিশে বিজেপি। সোমবাৰ, ডিচেম্বৰ ৯ তাৰিখে ঘোষণা হোৱা ভোটগণনাত বৃহৎ ব্যৱধানত জয়লাভ কৰে বিজেপিয়ে। ডিচেম্বৰৰৰ ৫ তাৰিখে অনুস্থিত হোৱা এই ভোটগ্ৰহণৰ আজি ঘোষণা কৰে ফলাফল।

    মুঠ ১৫ খন আসনৰ ১২ খনত জয়লাভ কৰে।ইয়াৰে ২খন আসন লাভ কৰে কংগ্ৰেছে। চৰকাৰ গঠনৰ বাবে বিজিত দলক প্ৰয়োজন ১৫ ৰ ভিতৰত কমেও ৬ খন আসন। পিছে বিজেপিয়ে মুঠ ১২ খন আসন জয়েৰে এই বিজয় সুনিশ্চিত কৰে। এতিয়া ৰাজ্য খনত পুনৰ য়েডিয়ুৰাপ্পাৰ নেতৃত্বত গঠন হ’ব চৰকাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং