29 C
Guwahati
Friday, September 23, 2022
More

    জুবিন গাৰ্গৰ উঠিল খং কাৰণ পাইৰেচীৰ কবলত এইবাৰ ‘কাঞ্চনজংঘা’

    মিছন চাইনাৰ পিছত এইবাৰ জুবিন গাৰ্গৰ কাঞ্চনজংঘা ছবিখন পৰিছে পাইৰেচীৰ কবলত। শুকুৰবাৰে মুক্তি লাভ কৰা কাঞ্চনজংঘা ছবিখন এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল

    পুনৰ পাইৰেচীৰ কবলত পৰিল অসমীয়া ছবি। মিছন চাইনাৰ পিছত এইবাৰ জুবিন গাৰ্গৰ কাঞ্চনজংঘা ছবিখন পৰিছে পাইৰেচীৰ কবলত। শুকুৰবাৰে মুক্তি লাভ কৰা কাঞ্চনজংঘা ছবিখন এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল, ছবিগৃহৰ পৰাই একাংশই কাঞ্চনজংঘাৰ লাইভ দেখুৱালে ফেচবুকত, কেৱল ইমানেই নহয়, ইউটিউবতো আপলোড কৰিছে কাঞ্চনজংঘাৰ দৃশ্যাংশ।

    এই সমগ্ৰ ঘটনাটোক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে জুবিন গাৰ্গে। আৰু যিসকলে এনে ঘটনা সংঘটিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰিব বুলি কৈছে জুবিনে।

    Video Credit :https://www.facebook.com/ZUBEENsOFFICIAL/videos/2390778794469321/

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং