25 C
Guwahati
Thursday, October 6, 2022
More

    ১টা দশকে সন্ধানহীন কামপুৰৰ ব্যক্তি ৰহাত উদ্ধাৰ

    ককা দেউতা নাতি আৰু হাতীত মৃদুলা বৰুৱাৰ সৈতে অভিনয়ো কৰিছিল সন্ধানহীন দাসে

    ১০ বছৰ পূৰ্বে সন্ধানহীন হোৱা কামপুৰৰ এজন লোকক নিশা ৰহাত উদ্ধাৰ। দহ বছৰৰ পূৰ্বে এখন ইণ্ডিকা গাড়ী সহ সন্ধানহীন হৈছিল কামপুৰ দেৱ নাৰিকলিৰ বীৰেণ দাস। কেনেদৰে দহ বছৰ ধৰি সন্ধানহীন হৈ আছিল সেই কথা পোহৰলৈ অহা নাই।

    বৰ্তমান কিছু পৰিমানে অসুস্থ হৈ আছে বিৰেণ দাস। ককা দেউতা নাতি আৰু হাতীত মৃদুলা বৰুৱাৰ সৈতে অভিনয়ো কৰিছিল বিৰেণ দাসে। ১০ বছৰৰ পাছত সন্ধানহীন বীৰেণ দাসক লগ পাই আৱেগিক হৈ পৰিছে পৰিয়াল।

    Photo: @rupjyotibhuyan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং