26 C
Guwahati
Saturday, September 24, 2022
More

    হিমন্ত বিশ্ব শৰ্মা যদি বৰ্তমানো Powerful ডিটেনচন কেম্প বন্ধ কৰি দেখুৱাই দিয়কঃ কমলাক্ষ পুৰুকায়স্থ

    সোমবাৰে কৰিমগঞ্জত কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠানত অংশ লৈ তেওঁ কৈছিল যে 'ডিটেনচন কেম্প হিন্দুৰ বাবে নহয়'

    সংবিধানৰ অৱমাননা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজক কংগ্ৰেছৰ সময়ত যিমান Powerful আছিল এতিয়াও সিমানে বুলি ভাৱে। যদি এতিয়াও Powerful হৈ আছে তেন্তে ডিটেনচন কেম্প বন্ধ কৰি দেখুৱাই দিয়ক, এই বুলি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্ৱান কমলাক্ষ দে পুৰুকায়স্থৰ।

    সংবাদ মাধ্যমৰ জৰিয়তে মন্ত্ৰী শৰ্মাক তীব্ৰ গৰিহণা বিধায়ক কমলাক্ষৰ। সোমবাৰে কৰিমগঞ্জত কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠানত অংশ লৈ তেওঁ কৈছিল যে ‘ডিটেনচন কেম্প হিন্দুৰ বাবে নহয়’। অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্যসহ বৰাকৰ দুই সাংসদ-বিধায়ক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং