31 C
Guwahati
Thursday, September 29, 2022
More

    Big Breaking: কংগ্ৰেছ ত্যাগ প্ৰতাপী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ

    কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ

    কংগ্ৰেছত মোক্ষম আঘাত। কংগ্ৰেছ ত্যাগ কৰিলে প্ৰতাপী কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতেই পদত্যাগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

    ইতিমধ্যে তেওঁ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ পদ্যতাগ পত্ৰ প্ৰেৰণ কৰিছে। কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং