36.4 C
Guwahati
Monday, September 20, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    অসমত আকৌ আক্ৰমণৰ বলি সাংবাদিক, আৰক্ষীৰ জালত ৭জন

    মনে সাজি বাতৰি পৰিৱেশন কৰা বুলি চাৰিজন সাংবাদিকক বাট আগচি ধৰি তীৰ্থ ভূঞাক আক্ৰমণ কৰে কেইটামান দুৰ্বৃত্তই

    আৰু এজন সাংবাদিক দুৰ্বত্তৰ আক্ৰমণৰ বলি হ’ল ৰাজ্যত। এইবাৰ মাজুলীত এজনক সাংবাদিকক আক্ৰমণ। সাংবাদিক তীৰ্থ ভূঞাক আক্ৰমণ কৰাৰ লগতে জ্যোতিষ তামুলী, যদুমণি শইকীয়া আৰু ৰিদিপ বৰা নামৰ সাংবাদিককেইজনক প্ৰাণে মৰাৰ ভাবুকি দিয়ে দুৰ্বৃত্তকেইটাই।

    উল্লেখ্য যে ৩ দিন পূৰ্বে দেউৰী স্বায়ত্ত পৰিষদৰ দুৰ্নীতিৰ বাতৰি পৰিৱেশ কৰিছিল সাংবাদিককেইজনে। মনে সাজি বাতৰি পৰিৱেশন কৰা বুলি বৃহস্পতিবাৰে সাংবাদিককেইজনক বাট আগচি ধৰি তীৰ্থ ভূঞাক আক্ৰমণ কৰে কেইটামান দুৰ্বৃত্তই। আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছাৰ বাবে ৭জনক আটক কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    “ইচ্ছামৃত্যু” বিচাৰি বেতন বঞ্চিত শিক্ষকৰ ৰাষ্ট্রপতি-ৰাজ্যপাললৈ আবেদন

    শিৱসাগৰ জিলাৰ ১৫০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰীয়ে বিগত ৮ বছৰ ধৰি মাহেকীয় দৰমহাৰ পৰা বঞ্চিত হৈ আছে

    আজি শ্বহীদ দিৱস; ৰাজ্যই সুঁৱৰিছে ৮৫৫জন বীৰ শ্বহীদক

    ১৯৭৯ চনৰ ১০ ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰে অসম আৰু অসমীয়াৰ বাবে হোৱা সৰ্ববৃহৎ গণ আন্দোলনৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হয়

    গান্ধীমেলায় ‘না’, শিলচরে হচ্ছে ডিজনিল্যান্ড মেলা

    পুরসভা এবারও আয়োজন করেনি গান্ধীমেলার। তবে সেই একই মাঠে ২৬ ফেব্রুয়ারি থেকে শুরু হচ্ছে ডিজনিল্যান্ড মেলা।

    বাংলাদেশে ইলিশ উৎপাদনে অতীতের রেকর্ড ছাড়িয়েছে

    এবার প্রথম বারের মতো পদ্মাতীরে আয়োজন করা হলো ইলিশ উৎসবের।

    ‘এক দিয়া প্ৰকৃতি কে নাম’, TIME8ৰ উদ্যোগত বিশ্বৰ বৃহত্তম মিঠাতেলৰ চাকি

    MAX চিমেণ্টৰ সহযোগত TIME8ৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ। অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগ এই অনুষ্ঠানলৈ

    ২০২০ বৰ্ষৰ পদ্ম বঁটা ঘোষণা, অসমৰ ৫গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

    এই বৰ্ষত দেশৰ ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দুগৰাকীকৈ মহিলাই লাভ কৰিছে পদ্ম সন্মান

    অসমৰ মানচিত্ৰৰ ৰূপত এটা ভেলাঘৰ; এফালে ‘জয় আই অসম’ আনফালে ‘কা’ আমি নামানো

    হেঁপাহৰ উৎসৱ মাঘ বিহুটো প্ৰভাৱ পৰিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী ৰূপ